Akuli Bikuli Assamese Song Lyrics from Movie - Priyar Priyo Singers - Zubeen Garg, Nahid Afrin Music/Lyrics - Zubeen Garg - আকুলি বিকুলি হিয়া মোৰে বাউলি শেৱালী আবেলি বুকুতে আছে ফুলি দুভৰিৰ উলাহে একো নামানে আজি উথলি উথলি জোনাকো নাচে আজি এতিয়া বুকুত তুমি জোন হৈ জোন হৈ এতিয়া হৃদয় জ্বলি সোণ হয় সোণ
Read More